CS MAIN EXAM, 2014
অসমীয়া
প্ৰশ্নকাকত- I
( সাহিত্য )
সময়ঃ 3 ঘন্টা সৰ্বাধিক নম্বৰঃ 250
প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা
প্ৰশ্নোত্তৰ লিখাৰ আগতে তলৰ নিৰ্দেশনাখিনি ভালদৰে পঢ়ি লোৱা
প্ৰশ্নকাকতখনত দুটা অংশত আঠটা প্ৰশ্ন দিয়া আছে।
'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা।
প্ৰশ্ন নং 1 আৰু 5 বাধ্যতামূলক ৷ বাকী তিনিটাৰ প্ৰত্যেকটো অংশৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ
কৰা।
প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে।
প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা ।
শব্দৰ সংখ্যা য’ত যিধৰণে দিয়া হৈছে, সেইধৰণে কৰা।
প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন
উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।
ASSAMESE
PAPER - I
LITERATURE
Time Allowed: Three Hours Maximum marks: 250
QUESTION PAPER SPECIFIC INSTRUCTIONS
Please read each of the following instructions carefully
before attempting questions
There are eight questions divided in TWO sections.
Candidate has to attempt FIVE questions in all.
Questions Nos. 1 and 5 are compulsory and out of the remaining, any THREE are to be
attempted choosing at least ONE from each section.
The number of marks carried by a question / part is indicated against it.
Answers must be written in ASSAMESE ( Assamese Script ).
Word limit in questions, wherever specified, should be adhered to.
Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a
question shall be counted even if attempted partly. Any page or portion the page left blank in
the Question - cum - Answer Booklet must be clearly struck off.
SECTION - A
1.তলৰ পাঁচোটা প্রশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিবা । 10 x 5 = 50
(a)
‘অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ প্ৰাচ্য অপভ্ৰংশৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা
হয় - এই মত কিমানদূৰ গ্ৰহণযোগ্য আলোচনা কৰা ।
(b) প্ৰত্ন অসমীয়াৰ প্ৰথম সাহিত্যিক নিদৰ্শন চৰ্যাগীতৰ ভাষাৰ লগত অসমীয়া ভাষাৰ
মিল-অমিল বিচাৰ কৰা ।
(c) অসমীয়া ভাষাৰ শব্দভাণ্ডাৰত আর্যভিন্ন ভাষাৰ উপাদান সম্পৰ্কে আলোচনা
৷
(d) উচ্চাৰণৰ স্থান অনুযায়ী অসমীয়া বিশিষ্ট ব্যঞ্জন ধ্বনিবোৰক ভাগ কৰি দন্তমূলীয়
ধ্বনিকেইটাৰ বিষয়ে লিখা ।
(e) অংকীয়া নাটৰপাৎ গুৰুবৰিত কথালিকে এই সময়ছোৱাৰ অসমীয়া গদ্যৰ
বিকাশৰ এটি চমু আভাস দিয়া ।
2. (a) উৎসলৈ লক্ষ্য কৰি অসমীয়া ভাষাৰ শব্দভাঙাৰক কেইটা আৰু কি কি ভাগত
ভগাব পাৰি ? অসমীয়া ভাষাত বিদেশী শব্দৰ ভূমিকাৰ বিষয়ে আলোচনা কৰাঁ । 20
(b) কথাগীতা-কথা ভাগৱতৰ পৰা অৰুনোদয়ৰ আগলৈকে, এই সময়ছোৱাৰ গদ্যৰ
বিষয়ে আলোচনা কৰাঁ । 15
(c) অসমীয়া ভাষাত প্ৰয়োগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ এখন তালিকা প্রস্তুত
কৰি তাৰে দহোটাৰ প্রয়োগ দেখুওৱা । 15
3. (a) অসমীয়া ধাতুবোৰক কেইটা ভাগত ভগাব পাৰি ? প্ৰতিটো ভাগৰ ধাতুৰ বিষয়
চমুকৈ লিখ । 20
(b) শব্দৰ পাছত যোগ হয় কাৰণে নিৰ্দিষ্টতাবাকে প্ৰত্যয়বোৰক তদ্ধিত প্ৰত্যয়
ভিতৰত ধৰা হয় । কিন্তু এই প্ৰত্যয়বোৰে নতুন অৰ্থবাচক শব্দ গঠন কৰেনে ?
অসমীয়াত এটা বুজোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ বিষয়ে
লিখা । 15
(c) অসমীয়া লিপিৰ এক দীঘলীয়া ইতিহাস আছে - কথাষাৰৰ সক্ষমতা প্রমাণ কৰি
এক আলোচনা দাঙি ধৰা । 15
4.(a) 1906 খ্ৰীষ্টাব্দৰ পৰা 1846 খ্ৰীষ্টাব্দৰ পৰা অসমীয়া লিপিৰ বিকাশৰ এটি চমু
বিৱৰণ দিয়া । 20
(b) অসমীয়া ভাষাৰ প্ৰধান উপভাষাকেইটা ? কামৰূপী উপভাষাৰ স্থানীয় ৰূপকেইটাৰ
নামোল্লেখ কৰি উপভাষাটোৰ ভাষিক বৈশিষ্ট্যৰ বিষয়ে লিখা । 15
(c) '‘গুৰু-চৰিত-কথা’ ৰ গদ্যৰ ভাষা কেনেধৰণৰ ? উদাহৰণৰ সৈতে বিবৰি লিখা । 15
SECTION - B
5. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিবাঃ 10 x 5 = 50
(a)
অসমীয়া ৰোমান্টিক কবিতাত ইংৰাজ কবি সকলৰ প্রভাৱ সম্পর্কে আলোচনা
কৰা । 10
(b) উপন্যাসত চৰিত্ৰৰ গুৰুত্বৰ বিষয়ে পৰ্যালোচনা কৰা । 10
(c) 10
শংকৰদেৱব বৰগীতৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা । 10
(d) ‘সমালোচনাই সৃষ্টিশীল সাহিত্যৰ পথ মুকলি কৰে’’ - এই কথাষাৰৰ আলম লৈ
সমালোচকৰ দায়িত্ব সম্পৰ্কে আলোচনা কৰাঁ৷ । 10
(e) অসমীয়া সাহিত্যলৈ ‘জোনাকী’ কাকতৰ অৱদানৰ বিষয়ে লিখাঁ । 10
6.(a) শংকৰোত্তৰ যুগৰ নাটক সম্পৰ্কে আলোচনা কৰি শংকৰদেৱৰ নাটৰ কলা-
কৌশলৰ পৰা সেই নাটবোৰ কিমান দূৰ আঁতৰি আহিছে বিচাৰ কৰাঁ । 20
(b) ঝুমুৰাৰ প্ৰধান লক্ষণ কি কি ? মাধৱদেৱৰ ঝুমুৰাত সেই লক্ষণবোৰ কেনেদৰে
প্রকাশ পাইছে আলোচনা কৰা । 15
(c) লক্ষ্মীনাথ বেজবৰুৱাই আধুনিক অসমীয়া সাহিত্যৰ ভেঁট কটকটীয়া কৰিলে -
কথাষাৰৰ যথাৰ্থতা প্ৰমাণ কৰি এক প্ৰবন্ধ প্ৰস্তুত কৰা । 15
7. (a)‘লক্ষ্মীনাথ বেজবৰুৱা পুৰণি সাধুকথা আৰু আধুনীক চুটিগল্পৰ সংযোজক
সেতুৰ দৰে ।’’ - এই কথাষাৰৰ যুক্তিযুক্ততা বিশ্লেষণ কৰাঁ । 20
(b) স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ এটি চমু বিৱৰণ দিয়াঁ । 15
(c)পাঁচালী সাহিত্য মানে কি ? অসমীয়া পাঁচালী কবিসকলৰ কাব্যকৃতিৰ পৰিচয়
দিয়া । 15
8. (a) চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত থকা অতি প্ৰাকৃত উপাদানৰ উল্লেখ কৰি
তেওঁৰ কাব্য প্ৰতিভাৰ এটি পৰিচয় দিয়া । 20
(b) চমু টোকা লিখাঃ
চৰ্যাগীত, মাধৱ কন্দলি, বাণীকান্ত কাকতি, জীৱনৰ বাটত, নিৰুপমা বৰগোহাঞি 15
(c)যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাসৰ এক আলোচনা যুগুত কৰাঁ । 15
* * *
0 Comments