CS MAIN EXAM, 2017
অসমীয়া
প্ৰশ্নকাকত- II
( সাহিত্য )
সময়ঃ 3 ঘন্টা সৰ্বাধিক নম্বৰঃ 250
প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা
প্ৰশ্নোত্তৰ লিখাৰ আগতে তলৰ পৰামৰ্শৱলী যত্নসহকাৰে পঢ়ি লোৱাঃ
SECTION - A
1.তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখা । 10x 5=50
(a) অসমীয়া ভাষাৰ মূল নিৰ্ণয় কৰি ইয়াৰ উদ্ভৱ আৰু ক্ৰমবিকাশ দেখুওৱাঁ । 10
(b) গুৰুচৰিতৰ গদ্য সম্পৰ্কে এটি চমু প্ৰৱন্ধ লিখা | 10
(c) অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটাৰ আখৰৰ লগত থকা পাৰ্থক্য দেখুৱাই এখনি তালিকা প্রস্তুত কৰাঁ৷ । 10
(d) অসমীয়া শব্দমালাৰ উৎসবোৰ উল্লেখ কৰি যিবোৰৰ উদাহৰণৰ সৈতে আলোচনা কৰৰা । 170
(e) অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে এটি নিৱন্ধ যুগুত কৰাঁ । 10
2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ।
(a) প্ৰত্যয় বুলিলে কি বুজা ? অসমীয়া ভাষাত ব্যৱহৃত নিৰ্দ্দিষ্টতাবাচক প্ৰত্যয় সম্পৰ্কে উদাহৰণ সহ লিৰ্খা । 25
(b) কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্রত্যয়ৰ বিষয়ে উদাহৰণ সহ লিখাঁ । 25
3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ।
(a) অসমীয়া লিপিৰ বিবৰ্ত্তণৰ ধাৰা সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা । 25
(b) ব্ৰাহ্মী লিপি আৰু খৰোষ্ঠী লিপিৰ বৈশিষ্ট্য দেখুৱাই এটি টোকা যুগুত কৰাঁ । 25
4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ।
(a) অসমীয়া ভাষাৰ ধাতুৰূপ সম্পৰ্কে উদাহৰণ সহ আলোচনা কৰাঁ । 25
(b) বিশিষ্ট ধ্বনি কাক বোলে ? অসমীয়া ভাষাৰ বিশিষ্ট স্বৰ ধ্বনি কেইটাৰ বিষয়ে উদাহৰণ দি আলোচনা কৰাঁ । 25
SECTION - B
5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখা । 10 x 5=50
(a) আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰাঁ । 10
(b) চুটিগল্পৰ সংজ্ঞা নিৰ্ণয় কৰি ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা । 10
(c) অসমীয়া উপন্যাসত প্ৰতিফলিত চৰিত্ৰ সম্পৰ্কে চমুকৈ আলোচনা কৰৰা । 10
(d) জোনাকী যুগৰ অসমীয়া কবিতাত পাশ্চাত্য প্রভাৱ কেনেদৰে অনুভূত হৈছে উদাহৰণেৰে দেখুওৱাঁ । 10
(e) চৰ্যাপদৰ ভাষা সম্পৰ্কে এটি টোকা লিখা । 10
6. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখিব লাগিব ।
(a) যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাসৰ গতি-প্ৰকৃতি আলোচনা কৰা । 25
(b) অসমীয়া প্ৰহসন নাট সম্পৰ্কে এটি বিৱৰণাত্মক টোকা লিখা । 25
7. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখিব লাগিব ।
(a) মাধৱ কন্দলিৰ ৰামায়ণৰ অনুবাদ ৰীতিৰ বিষয়ে এটি সমালোচনাত্মক টোকা লিখাঁ । 25
(b) শঙ্কৰদেৱৰ কাব্য প্ৰতিভা সম্পৰ্কে বিশদ বিৱৰণ দাঙি ধৰাঁ ।
8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ।
(a) অসমীয়া সমালোচনা সাহিত্যৰ গতিধাৰা সম্পৰ্কে এটি বিৱৰণাত্মক টোকা লিখা । 25
(b) চমুটোকা লিখাঁ | 5 x 5= 25
(i) কীৰ্তন ঘোষা 5
(ii) মোৰ জীৱন সোঁৱৰণ 5
(iii) পদ্মনাথগোহাঞিবৰুৱা 5
(iv) বিৰিঞ্চি কুমাৰ বৰুৱা 5
(v) মামনি ৰয়ছম গোস্বামী 5
* * *
0 Comments