Assamese Optional Literature Previous- cum Old Question Paper I for UPSC CS MAINS, 2017 - IAS EXAM- অসমীয়া প্ৰশ্নকাকত- I ( সাহিত্য ), ASSAMESE PAPER - I LITERATURE

   

CS MAIN EXAM, 2017

অসমীয়া 

প্ৰশ্নকাকত- II

( সাহিত্য )

সময়ঃ 3 ঘন্টা                                                                                          সৰ্বাধিক নম্বৰঃ 250


প্ৰশ্নোত্তৰ বহী-সম্পৰ্কীয় বিশেষ নিৰ্দেশনা 
প্ৰশ্নোত্তৰ লিখাৰ আগতে তলৰ পৰামৰ্শৱলী যত্নসহকাৰে পঢ়ি  লোৱাঃ


প্ৰশ্নকাকতখনত দুটা অংশত আঠটা প্ৰশ্ন দিয়া আছে। 

'ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা। 

প্ৰশ্ন নং 1 আৰু  5 বাধ্যতামূলক  ৷ বাকী তিনিটাৰ প্ৰত্যেকটো অংশৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ

কৰা।

প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে। 

প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা । 

শব্দৰ সংখ্যা য’ত যিধৰণে দিয়া হৈছে, সেইধৰণে কৰা।

প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰা ৷ আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰো মূল্যাংকন কৰা হ’ব ৷ প্ৰশ্ন সংলগ্ন

উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা।



ASSAMESE 

PAPER - II

LITERATURE

Time Allowed: Three Hours                                                                      Maximum marks: 250 


QUESTION  PAPER  SPECIFIC  INSTRUCTIONS  

Please read each of the following instructions carefully 

before attempting questions

There are eight questions divided in TWO sections.

Candidate has to attempt FIVE questions in all.

Questions Nos. 1 and 5 are compulsory  and out of the remaining, any THREE are to be 

attempted  choosing at least ONE from each section. 

The number of marks carried by a question / part is indicated against it. 

Answers must be written in ASSAMESE ( Assamese Script ). 

Word limit in questions, wherever specified, should be adhered to.

Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a 

question shall be counted even if attempted partly. Any page or portion the page left blank in 

the Question - cum - Answer Booklet must be clearly struck off. 


upsc, apsc, previous question papers assamese -2017



SECTION - A

1.তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখা । 10x 5=50 

(a) অসমীয়া ভাষাৰ মূল নিৰ্ণয় কৰি ইয়াৰ উদ্ভৱ আৰু ক্ৰমবিকাশ দেখুওৱাঁ । 10 


(b) গুৰুচৰিতৰ গদ্য সম্পৰ্কে এটি চমু প্ৰৱন্ধ লিখা | 10 


(c) অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটাৰ আখৰৰ লগত থকা পাৰ্থক্য দেখুৱাই এখনি তালিকা প্রস্তুত কৰাঁ৷ । 10 


(d) অসমীয়া শব্দমালাৰ উৎসবোৰ উল্লেখ কৰি যিবোৰৰ উদাহৰণৰ সৈতে আলোচনা কৰৰা । 170 


(e) অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে এটি নিৱন্ধ যুগুত কৰাঁ । 10 


2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । 

(a) প্ৰত্যয় বুলিলে কি বুজা ? অসমীয়া ভাষাত ব্যৱহৃত নিৰ্দ্দিষ্টতাবাচক প্ৰত্যয় সম্পৰ্কে উদাহৰণ সহ লিৰ্খা । 25


(b) কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্রত্যয়ৰ বিষয়ে উদাহৰণ সহ লিখাঁ । 25


3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । 

(a) অসমীয়া লিপিৰ বিবৰ্ত্তণৰ ধাৰা সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা । 25


(b) ব্ৰাহ্মী লিপি আৰু খৰোষ্ঠী লিপিৰ বৈশিষ্ট্য দেখুৱাই এটি টোকা যুগুত কৰাঁ । 25


4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । 

(a) অসমীয়া ভাষাৰ ধাতুৰূপ সম্পৰ্কে উদাহৰণ সহ আলোচনা কৰাঁ । 25


(b) বিশিষ্ট ধ্বনি কাক বোলে ? অসমীয়া ভাষাৰ বিশিষ্ট স্বৰ ধ্বনি কেইটাৰ বিষয়ে উদাহৰণ দি আলোচনা কৰাঁ । 25


SECTION - B


5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখা । 10 x 5=50 

(a) আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰাঁ । 10


(b) চুটিগল্পৰ সংজ্ঞা নিৰ্ণয় কৰি ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা । 10 


(c) অসমীয়া উপন্যাসত প্ৰতিফলিত চৰিত্ৰ সম্পৰ্কে চমুকৈ আলোচনা কৰৰা । 10 


(d) জোনাকী যুগৰ অসমীয়া কবিতাত পাশ্চাত্য প্রভাৱ কেনেদৰে অনুভূত হৈছে উদাহৰণেৰে দেখুওৱাঁ । 10

(e) চৰ্যাপদৰ ভাষা সম্পৰ্কে এটি টোকা লিখা । 10

6. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখিব লাগিব । 

(a) যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাসৰ গতি-প্ৰকৃতি আলোচনা কৰা । 25 


(b) অসমীয়া প্ৰহসন নাট সম্পৰ্কে এটি বিৱৰণাত্মক টোকা লিখা । 25 

 

7. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখিব লাগিব । 

(a) মাধৱ কন্দলিৰ ৰামায়ণৰ অনুবাদ ৰীতিৰ বিষয়ে এটি সমালোচনাত্মক টোকা লিখাঁ । 25 


(b) শঙ্কৰদেৱৰ কাব্য প্ৰতিভা সম্পৰ্কে বিশদ বিৱৰণ দাঙি ধৰাঁ । 


8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । 

(a) অসমীয়া সমালোচনা সাহিত্যৰ গতিধাৰা সম্পৰ্কে এটি বিৱৰণাত্মক টোকা লিখা । 25


(b) চমুটোকা লিখাঁ | 5 x 5= 25 

(i) কীৰ্তন ঘোষা  5 

(ii) মোৰ জীৱন সোঁৱৰণ 5

(iii) পদ্মনাথগোহাঞিবৰুৱা  5

(iv) বিৰিঞ্চি কুমাৰ বৰুৱা  5

(v) মামনি ৰয়ছম গোস্বামী  5

*  *  *

Post a Comment

0 Comments