Assamese Compulsory Paper - Civil Service Main Examination -IAS UPSC - 2013- Qualifying Papers- অসমীয়া বাধ্যতামূলক প্ৰশ্নকাকত UPSC -2013

CS (Main Exam), 2013



ASSAMESE 

( Compulsory )

Time Allowed: Three Hours                                                                      Maximum Marks: 300


QUESTION PAPER  SPECIFIC INSTRUCTIONS

Please read each of the following instructions carefully 

before attempting questions 


All questions are to be attempted. 

The number of marks carried by a question / part is indicated against it.

Answers must be written in ASSAMESE ( Assamese Script) unless otherwise directed in the question.

Word limit in questions, wherever specified, should be adhered to and if answered in much longer or shorter than the prescribed length, marks may be deducted. 

Any page or portion of the page left blank in the Question-cum-Answer Booklet must be clearly struck off. 


upsc , apsc assamese paper mains 2013


 1. তলৰ প্রতিটো বিষয়ৰে ৩০০ কৈ শব্দৰ ভিতৰত চমু ৰচনা লিখঁ৷ঃ 50 x 2 = 100

Q.1(a) আমি কৰ্মত জীয়াই থাকোঁ বছৰত নহয়।       50 

Q.2(b) সময়ত ন্যায় নকৰাকৈ কোনো সমাজ তিষ্টি থাকিব নোৱাৰে।      50 

Q.2 তলৰ দফাটি সাবধানে পঢ়া আৰু ইয়াৰ ভিত্তিত তলৰ প্ৰশ্নমবোৰৰ উত্তৰ স্পষ্ট, শুদ্ধ আৰু চমু ভাষাত লিখাঁঃ                                 6 x 10 = 60 

     সাংবাদিকসকলৰ সহমতহীনতা কথাটো প্রশাসকসকলৰ বাবে সুখৰ বিষয় হৈ পৰে, যাৰ অর্থ হ'ল বহুমত প্রকাশে প্ৰেছৰ ক্ষমতা দুৰ্বল কৰে আৰু শিথিল কৰে। ই প্ৰেছৰ সবাতোকৈ ডাঙৰ মতো নহয় আৰু শ্ৰুতাসকলৰ মাজতো এটা বৃহৎ বৃত্তৰ গঢ় দিব নোৱাৰে যিটোৰ জৰিয়তে খবৰ কাগজৰ প্রভাব জোখিব পাৰি। প্ৰেছৰ শক্তি বোলা কথাটো এটা ভ্ৰম বস্তু আৰু ই খবৰ কাগজ বিক্ৰী কৰি ধন উপাৰ্জন কৰা সকলৰো নহয় আৰু খবৰ কাগজ বৃহৎভাবে প্রচাৰ কৰি কৃতকাৰ্য হোৱা সকলৰো নহয়।

    জনসাধাৰণে খবৰ কাগজৰ ভিন্নতা, মিছা প্রশংসা আৰু দুৰ্বলতাৰ কথা জানিও যে খবৰ কাগজখন কিনি পঢ়ে, প্ৰচাৰত সহায় কৰে সেয়ে প্রচাৰ হ’ল জনসাধাৰণৰ দান। ই যেন চিনেমাৰ "Box office appeal" হে। চিনেমাখন প্রভাবশালী কৰাৰ বৈচিত্য্য থাকে প্রদৰ্শিত চৰিত্ৰৰ উচ্চমানৰ বহুগুণৰ ওপৰত। এখন চিনেমা ব্যৱসায়িকভাবে সফল হোৱা আৰু কলা কৌশল, উৎকৃষ্টতাৰ দিশত সফল হোৱা দুয়োটা একে নহয়। কলা কৌশলক প্রশংসা কৰিবৰ বাবে যিটো সামগ্ৰীৰ আৱশ্যক তাক দৰ্শকৰ বিশাল সমাগমৰ  মাজত বিচাৰি পোৱা নাযায়। ই এটা সংগ্ৰহহে যিটোৰ সীমাবদ্ধতা আছে আৰু ই ননিৰ্বাচিত' লোকৰ মাজতহে সীমিত, যাৰ সংখ্যা শক্তিশালী নহয়। বুজাৰ ক্ষমতা থকা সূক্ষ্ম ৰুচিসম্পন ভাল অংশ ভথা দেৱতাৰ অৱদানপাগু নিৰ্দিষ্ট সংখ্যক আৰু অপ্রশিক্ষিত উপভূগীসকলৰ মাজত ক্ষমতাৰ সংঘাত আছে। এবৰ কাগজ আৰু চিনেমাৰ মূল উদ্দেশ্যই হ’ল শেহৰ বিধক শিক্ষা দিয়া। দুয়োবিধৰে প্রচেষ্টাৰ আহি একেধৰণৰ। অতিক্ৰম কৰিব বিচৰ৷ লোভবোৰো একেবোৰেই।

 (i) কোন দুটা বস্তুৰ লগত লেখকে তুলনা কৰিছে ? 10 

(ii) খবৰ কাগজ সম্পৰ্কে জনসাধাৰণৰ প্রতিক্রিয়া কেনে আৰু কেনেকৈ বিবেচনা কৰে ? 10 

(iii) ‘সামগ্ৰী’ শব্দটোৰে লেখকে কি বুজাব খুজিছে ? 10 

(iv) লেখকৰ মতে খবৰ কাগজৰ উদ্দেশ্য কি হোৱা উচিত ? 10

(v) কোনবোৰ লোকক লেখকে নামঞ্জৰ কৰিছে ? 10 

(vi) কেনেকৈ খবৰ কাগজ এখনৰ মানদণ্ডৰ হবি স্নান হব পাৰে ? 10 

Q.3. তলত দিয়া দফাটিৰ সাৰাংশ এক-তৃতীয়াংশ শব্দৰ ভিতৰত লিখী। শিৰোনাম দিয়াৰ আৱশ্যক নাই। নিৰ্দিষ্ট সংখ্যক শব্দৰ ভিতৰত লিখিব নোৱাৰিলে নম্বৰ কটা যাব পাৰে) ঃ 

   সাম্প্ৰতিক কালৰ বিশ্বত 'nation' আৰু ‘nation-state" ধাৰণা দুটাৰ মাজত ব্যাপক খেলিমেলি লক্ষ্য কৰা যায়। আপেক্ষিকভাবে 'nation-state" ধাৰণাক ব্যাখ্যা কৰিবলৈ সহজ; ইবোৰ হ’ল বিশ্বৰ ৰাজনৈতিক সংস্থাৰ প্রধান একক। ইবোৰক পায়ে সাৰ্বভোম বাষ্ট বুলিও পৰিচয় দিয়া হয়; ইবোৰ হ'ল ৰাষ্ট্ৰসংঘত আসনপ্রাপ্ত এটা একক বা unit। ইংৰাজীত ইবোৰক ‘Country' বুলি বুজোৱা হয়। আমি যদি ইবোৰক বুজাবলৈ ‘States' শব্দটো ব্যৱহাৰ কৰিলোঁহেতেন তেন্তে ই বেচি সুবিধাজনক হ’লহেতেন, কিন্তু দৃৰ্ভাগ্যক্ৰমে বহুতো 'nation-states" এ ‘nation-state' তকৈ ক্ষুদ্ৰ ৰাজ্যক বুজাবৰ বাবে ‘states' শব্দটো ব্যৱহাৰ কৰিছে। 

  এইটো দেখা যায় যে বহুতো সময়ত ‘nation-state" আৰু ‘nation-state"  ক সমকক্ষ বুলি কোৱা হয়। কিন্তু ই বিভ্ৰান্তিকৰ, বৰ্ত্তমান ত্বৰান্বিত সাৰ্বভৌম ৰাষ্ট্ৰৰ ক্ষেত্ৰত।‘nation-state" এ স্বভাৱতে আন্তৰাষ্ট্ৰীয় সংস্থাৰ ওচৰত তেওঁলোকৰ সাৰ্বভৌম ক্ষমতা অলপ হলেও সমৰ্পণ কৰে -- ইয়াৰ উদাহৰণ ৰাষ্ট্ৰসংঘ -- ই ‘nation-state" ৰ ক্ষমতা আহৰণ কৰে কিন্তু ই পাৰম্পৰিক নহয়। States বোৰৰ লগত কামকাজ চলাওঁতে ক্ষমতাৰ সম্পৰ্ক আৰু চুক্তিৰ ক্ষেত্ৰত জটিলতা আহছে। কোনো ক্ষেত্ৰত ডাঙৰ ‘state" ক সৰহ ক্ষমতা প্রদান কৰে আৰু আনহাতেদি ‘small-state" বোৰ কাষৰীয়া শক্তিশালী ‘states' ৰ অধীনত অথবা আন্তৰাষ্ট্ৰীয় সংস্থাৰ অধীনত থাকি যায় আৰু বাস্তবতে স্বাধীনভাবে কাম কৰাৰ কোনো সুবিধা নেথাকে।

   বহুতো ‘nation-state" এ নিজকে 'nations" বুলি বৰ্ণনা কৰে, গতিকে কিয় আমি ‘nation-state" আৰু 'nations' একে বুলি কব নোৱাৰো ? এইটো সম্ভৱ নহয় কিয়নো এখন  ক আইনগতভাবে ব্যাখ্যা কৰা হয়, এটা 'nation' হ’ল জনসংখ্যা। যেতিয়া আধুনিক জনসংখ্যাই নিজকে এটা ‘nation' হিচাপে বিবেচনা কৰি ‘nation-state" আহৰণ কৰিবৰ বাবে বাঞ্ছা কৰে তেতিয়াই ই সংলগ্ন হৈ পৰে আৰু তেনে অৱস্থাত ইয়াক নিৰ্দ্ধাৰণ কৰাৰ প্রয়োজন হয়। বহুতো মন্তব্যকাৰীয়ে এই কথাত সহমত পোষণ কৰে যে পুৰ্বৰ Soviet Union ৰ সৰহভাগ জনসংখ্যাই, যেনে Georgians, Lithuanians আৰু Ukrainians-- স্বাধীনতাৰ পূৰ্বে এই সকলোৱেই 'nations' আছিল আৰু এই সকল জনসংখ্যাক state হিচাপে, অঞ্চল হিচাপে ব্যাখ্যা কৰা হৈছিল -- যেনে Scotland যাক সৰহভাগেই 'nations'ৰ মৰ্য্যাদা দিব বিচাৰে। সুকীয়াকৈ কবলৈ গলে স্বায়ত্বৰ বাবে বাঞ্ছাকাৰী বা স্বাধীনতা যথেষ্ট ৰাজনীতিত যদিও ‘nation-state" ৰ ওপৰুৱা তুলনা বহু পূৰণি তথাপি বহুদূৰ ওভতি চালে বিশ্বৰ কিছু অংশত, যেনে চীনদেশ, ভাৰত আৰু ভূমধ্যসাগৰীয় উপত্যকাত -- এই প্রাচীন সংস্থাবোৰে মূলত ইয়াক নিয়ন্ত্ৰন কৰিব পাৰিছিল। ৰাজনীতিৰ এই প্রাচীন ৰূপবোৰ বিকশিত হ’ল অথবা আধুনিক ‘nation-state" এ লাহে লাহে এই ধাৰণা সলনি কৰিলে আৰু আধুনিক কালত নতুন ধাৰনাই তীব্ৰ ৰূপত খোপনি পুতিলে। অষ্ট্ৰো-হাংগেৰীয়ান, ৰাচিয়ান, আৰু ওট্টোমান সাম্ৰাজ্য 1917-_1918 চনলৈকে আছিল আৰু সিবোৰ আছিল স্পষ্টভাবে dynastic empires য’ত জনসাধাৰণৰ জাতীয় পৰিচয়ৰ অংশীদাৰৰ ধাৰণাই নাছিল, আৰু Soviet Union, যাৰ ৰুছ সাম্ৰাজ্য বিভিন্ন পৰম্পৰাৰে 1991 চনলৈকে চলিছিল -- ই আছিল এখন states য’ত বহুতো nation আছিল। আনকি আজিও বহুতো উদাহৰণ দিব পাৰি য’ত nation-states আৰু nation সহজে একেলগে নাই। এখন ‘nation-state" চৰকাৰে সাম্ৰাজ্যখন যেতিয়া ‘nation' বুলি আখ্যা দিয়ে তেতিয়া বহুতো ৰাজ্যৰ জনসাধাৰণে ৰাজ্যই আগবঢ়োৱা nation পৰিচয়টে৷ গহণ নকৰে। বৃটেইনত বহুতো স্কট আৰু ৱেলছে অনুভৱ কৰে যে তেওঁলোক বৃটিছ ‘nation' বুলি কোৱাতকৈ স্কট বা ৱেলছহে বা তেওঁলোক Scottish-British বা Welsh-British 'nation' হে।

 আৰব দেশতো বহুতে অনুভব কৰে যে তেওঁলোক ‘Arab nation" ৰহে বহুতে ভবাৰ দৰে ইৰাকৰ পৰা মোৰাক্কো আৰু তাৰ পিছত দক্ষিণ য়েমেন নহয়।

 বহুতো লোকৰ বাবে এটা জনগোষ্ঠীৰ (non national) পৰিচয় ইমান শক্তিশালী যে ই ৰাজ্যখনৰ জাতীয় পৰিচয় দিব পাৰে, ইমান দুৰ্বল যে ই বাস্তৰতে অলাগতিয়াল। আমি ইয়াত First American বা African জনগোষ্ঠীয় সদস্যৰ উদাহৰণ দাঙি ধৰিব পাৰোঁ।

 যদিও nation states আৰু nation একে নহয় তথাপি এই দুয়োটাৰ মাজত নেৰানেপেৰা সম্বন্ধ। Anthony Smith এ (বিশেষভাবে Smith ৰ 1991 দ্ৰষ্টব্য) nation ক ভাগ কৰিছে এইদৰে  জনগোষ্ঠীৰ পৰা বিকশিত-_যিটো ৰূপান্তৰিত আৰু জনগোষ্ঠীয় পৰিচয়ৰে সম্প্রসাৰিত--বৃহৎ জনসংখ্যাৰে সৈতে আৰু বিশেষ এখন states ত জাতীয় পৰিচয়ৰ ধাৰণাৰে ভিন্ন জনসংখ্যাৰ মাজত সৰ্বজনগ্ৰাহ্য এটি ধাৰণা।  (412 শব্দ) 

Q.4 তলৰ কথাখিনি অসমীয়ালৈ অনুবাদ কৰাঁ৷ঃ           20

    Raman completed school when he was just eleven years old and spent two years studying in his father's college. When he was only thirteen years old, he went to Madras (which is now Chennai) , to join the B.A. course at Presidency College. Besides being young for his class, Raman was also quite unimpressive in appearance and recalls, ' in the first English class that I attended, Professor E.H. Elliot addressing me, asked if I really belonged to the junior B.A. class, and I had to answer him in the affirmative'. He, however, stunned all the sceptics when he stood first in the B.A. examinations. 

     Seeing what a brilliant student he was, his teachers asked him to prepare for the Indian Civil Services (ICS) examination. It was a very prestigious examination and very rarely did non-Britishers get through it. Yet Raman had impressed his teachers so much that they urged him to take it up at such an early age. In spite of their student's brilliance, the plan was not to work. Raman had to undergo a medical examination before he could qualify to take the ICS test and the Civil Surgeon of Madras declared him medically unfit to travel to England ! This was the only examination that Raman failed, and he would later remark in his characteristic style about the man who disqualified him, 'I shall ever be grateful to this man,' but at that time, he simply put the attempt behind him and went on to study Physics.. 


Q.5 তলৰ কথাখিনি ইংৰাজীলৈ অনুবাদ কৰাঃ          20 
      
       ধনক এইদৰে ব্যাখ্যা কৰিব পাৰি যে ই ক্ৰয় বিক্ৰয়ৰ জৰিয়তে সহজে ইহাতৰ পৰা সিহাতলৈ যাব পাৰে। ধনৰ ব্যৱহাৰ বিনিময় ব্যৱস্থাৰ জৰিয়তে বা কোনো বস্ত্তৰ দ্বাৰা আদায় দি নাইকীয়৷ কৰিব পাৰিলেও তেনে ব্যৱস্থাত বহুতো অসুবিধা আছে কিয়নো তেনে ব্যৱস্থাত বস্তুৰ মূল্যৰ সমতা ৰক্ষাৰ অসুবিধা অথবা এটা পক্ষই আনটো পক্ষক সলাবলগীয়া বস্তুৰ ক্ষেত্ৰত গ্ৰহণযোগ্যতাৰ অসুবিধা। সৰধখাহৰ সুবিধা কৰি ধন-পইচাই বিশেষীকৰণ আৰু শ্ৰমৰ বিভাজনত সহায় কৰে, যিটো বৃহৎ উৎপাদনৰ মূল ভেটি। ধনত যিকোনো উপাদান থাকিব পাৰে বা আইন বা প্রথা অনুসৰি ই যিকোনো ৰূপ লব পাৰে; কিন্তু ইয়াৰ আৱশ্যকীয় বৈশিষ্ট্য হ’ল ইয়াক সহজে আৰু বহুলভাবে ধহণীয়। চীন সম্পৰদায়সমূহে গৰু, শামুক, চাউল, চাহ বিনিময়ৰ বাবে ব্যৱহাৰ কৰিছিল কিন্তু আজিৰ সুসভ্য ৰাষ্ট্ৰবিলাকে কাগজ নাইবা ধাতু ব্যৱহাৰ কৰিছে। মুদ্বা বা কাগজৰ নোটবোৰে ধন বস্তুটোৰ ইপ্সিত সৰহভাগ ওণকেই ৰক্ষা কৰিব পাবে। উদাহৰণস্বৰূপে সহজে কঢ়িয়াব পাৰি, দীৰ্ঘস্থায়ী, গুণ আৰু গ্ৰহণত সমৰূপ।. যিবোৰ ধাতু ব্যৱহাৰ কৰা হয় সেইবোৰ সোণ, ৰূপ, তাম আৰু নিকেল। নোটবোৰ বিভিন্ন পদ্ধতিত আদায় দিয়া হয়।

 Q.6(a) তলৰ জতুৱা খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰাঃ  2 x 5 = 10 
 
(i) তপত ভাতৰ ধোঁৱাই ধৰা           2 
(ii) নগৈ গড়গাঁৱৰ বাতৰি কোৱা        2 
(iii) টোতে খৰ মৰা            2
(iv) হাত উজান দিয়া          2
(v) তিতা কেঁহা লগা          2

Q.6(b) তলৰ শব্দবোৰৰ অৰ্থ লিখা আৰু একোটাকৈ বাক্য ৰচনা কৰাঁ৷ঃ--         1 x 10=10  

(i) হাট                1
(ii) হাত              1 
(iii) পানী           1 
(iv) পাণি            1 
(v) টান               1
(vi) তান              1 
(vii)) পুথি           1
(viii) পুঠি           1
(ix) পাণ              1
(x) পান              1

Q.6(c) অসমীয়া ভাষাৰ জতুৱা ব্যৱহাৰ দেখুৱাই তলত দিয়া বাওঁপিনৰ শব্দৰোবৰ লগত সোঁপিনৰ শব্দবোৰ সজাই লিখাঃ--                                    2 x 5 = 10 

(i) নাৰিকল                       মলিয়ায়        2
(ii) কল                             মুচি পেলায়          2 
(iii) টিঁয়হ                          কলি পেলায়        2 
(iv) কঠাল                         দিলিয়ায়         2
(v) আম                            ডবিয়ায়         2

Q.6(d) তলৰ প্রবচনকেইটাৰ ভাৰ সম্প্ৰসাৰণ কৰাঃ--         2 x 5 = 10 

(i) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।                       5
(ii) বাজিব লাগে টেমি কটাৰী বাজিছে পখৰুটং। ্        5



*   *   *

Post a Comment

0 Comments